ৰাজীব প্ৰসাদ শৰ্মা এজন অভিজ্ঞ চফটৱেৰ ইঞ্জিনিয়াৰ আৰু বিভিন্ন বহুজাতিক কোম্পানীত ২০ বছৰতকৈও অধিক সময়ৰ কৰ্ম অভিজ্ঞতা আছে।
কটন কলেজ আৰু
নেচনেল ইনষ্টিটিউট অৱ টেকন’লজি (NIT) চুৰাটৰ দৰে সন্মানীয় প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ, তেওঁৰ মনোবিজ্ঞান আৰু Personal Finance ৰ প্ৰতি তীব্ৰ আগ্ৰহ আছে।
তেওঁ আত্মসহায়ক (self-help) কিতাপ পঢ়ি আৰু নিজৰ ব্লগৰ জৰিয়তে নিজৰ অন্তৰ্দৃষ্টি প্ৰকাশ কৰি ভাল পায়। তেওঁৰ ব্লগসমূহৰ সবিশেষ
ইয়াত পাব।
ইয়াৰ উপৰিও, তেওঁ নিজৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত কেইখনমান কিতাপ লিখিছে। সবিশেষ
এই ৱেবচাইটত পাব। 
শিক্ষণৰ প্ৰতি থকা প্ৰেম, তেওঁৰ অসংখ্য পাঠ্যক্ৰম আৰু প্ৰমাণপত্ৰত স্পষ্ট হৈ পৰে। সবিশেষ
ইয়াত উপলব্ধ। 
ভাৰত আৰু ইংলেণ্ডৰ বিভিন্ন ঠাইত বসবাস কৰা তেওঁৰ বৈচিত্ৰময় অভিজ্ঞতাই তেওঁৰ মানুহ আৰু জীৱনৰ বুজাবুজিক সমৃদ্ধ কৰি তুলিছে।
তেওঁৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে:
Rajib Prasad Sarma is a seasoned Software Engineer with over 20 years of experience in multinational companies.
An alumnus of prestigious institutions such as
Cotton College and the
National Institute of Technology (NIT) Surat, he has a keen interest in Psychology and Personal Finance.
Rajib enjoys reading self-help books and articulating his insights through his blogs. You may check his blogs
here. 
Additionally, he has penned a few books that draw from his own experiences. Please check them out at
this webpage. 
His love of learning is evident in the numerous courses and certificates he continues to acquire. Here are the
specifics. 
His diverse experiences living in various parts of India and England have enriched his understanding of people and life.
You may reach him on: